MEGHA HEALTH CAMP
- When
- Mon, 26 October 2026
- Where
- —
- Price
- Price TBA
আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্মা হাজৰিকা দেৱৰ নেতৃত্বত অহা 26/10/2026 তাৰিখে এখনি বিশাল মেঘা হেল্থ কেম্প ৰ আয়োজন কৰিছে,উক্ত আয়োজনত সকলো ধৰণৰ বেমাৰৰ চিকিৎসা বিনামূলীয়া সেৱা আগবৰুৱা হব , গতিকে নদুৱাৰ সমষ্টিবাসি ৰাইজক আমাৰ জামুগুৰি স্থিত পকামুৰা পথাৰত উপস্থিতি কামনা কৰিলোঁ Padma Hazarika Himanta Biswa Sarma Pabitra Pabitra